সাৱধান নহৰু খালে এই ব্যক্তিসকলৰ শৰীৰত ভিতৰৰ পৰা যথেষ্ট ক্ষতি হ’ব !

WhatsApp Follow

Be careful eating garlic will cause serious damage to the body of these people from the inside!
আমি সকলোৱে জানো যে-ভাৰতীয় পাকঘৰ আয়ুৰ্বেদিক ঔষধৰ ঘৰ হিচাপে জনাজাত । এনেদৰে যিকোনো ধৰণৰ ৰোগৰ বাবে পাকঘৰত অধিক ঔষধ উপলব্ধ । ইয়াৰে এটা হল-নহৰু । যাক অতিশয় শক্তিশালী বুলি গণ্য কৰা হয় । নহৰু হৈছে এক-বনষৌধি।যি শক্তিশালী-এন্টিঅক্সিডেন্ট খাদ্য হিচাপে সমগ্ৰ বিশ্বতে বিখ্যাত ।

বহু গৱেষণাই দাবী কৰিছে যে-নহৰুত ডাঙৰ ডাঙৰ ৰোগবোৰক নিৰাময় কৰাৰ ক্ষমতা আছে । ইয়াৰ লগতে নহৰুক ঘৰুৱা উাপায়তো আয়ুৰ্বেদিক চিকিৎসাৰ বাবে উপকাৰী বুলি গণ্য কৰা হয় । কিন্তু বহু উপকাৰিতা থকাৰ পাছটো নহৰু একাংশ লোকৰ বাবে ক্ষতিকাৰক । কিছুমান ৰোগত নহৰু খোৱাতো ক্ষতিকাৰক হব পাৰে ।

এইসকল লোকে নহৰু খাব নালাগে –

ডায়েবেটিছ ৰোগী – ডায়েবেটিছ ৰোগীৰ বাবে অতিৰিক্তভাৱে নহৰু সেৱন কৰাটো ক্ষতিকাৰক । নহৰুৱে ডায়েবেটিছ ৰোগীৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে । নহৰু অতিৰিক্ত খালে-ডায়েবেটিছ ৰোগীৰ-তেজত চেনিৰ মাত্ৰা কমিব পাৰে । যাৰ বাবে ডায়েবেটিছ ৰোগীৰ সমস্যাৰ সৃষ্টি হব পাৰে । যদি নহৰু কম পৰিমাণত খোৱা হয়-তেন্তে ই চেনি নিয়ন্ত্ৰণ কৰে । কিন্তু অতিৰিক্তভাৱে নহৰু খালে-ই ক্ষতিকাৰক হ’ব পাৰে ।

যকৃত ৰোগী – যিসকল লোকৰ-যকৃত, অন্ত্ৰ বা পেটৰ সমস্যা আছে-তেওঁলোকে অতিৰিক্ত নহৰু খাব নালাগে । অৱশ্যে কমাই খাব পাৰে-যাতে-বিশেষ অসুবিধাৰ সৃষ্টি নকৰে । অত্যাধিক পৰিমাণে নহৰু খালে অন্ত্ৰত যিকোনো ধৰণৰ ঘাঁ হ’ব পাৰে ।


আৰু পঢ়ক
>> গেছৰ সমস্যা‌ দূৰ কৰিবলৈ এই ঘৰুৱা উপায়বোৰ জানোঁ আহক
>> ৮ টা অভ্যাসে সম্পুৰ্ণ ভাৱে নষ্ট কৰিব আপোনাৰ কিডনী।


শেষতীয়াকে অস্ত্ৰোপচাৰ কৰা ৰোগী – শেষতীয়াকে অস্ত্ৰোপচাৰ কৰা লোকসকলে নহৰু খোৱাৰ পৰা বিৰত থাকিব লাগে । নহৰু তেজ পাতল কৰাৰ কাৰকৰূপে কাম কৰে । গতিকে যিসকলে শেষতীয়াকৈ অস্ত্ৰোপচাৰ কৰিছে-তেওঁলোকে নহৰু খোৱাৰ পৰা বিৰত থাকিব লাগে । কাৰণ তেওঁলোকৰ ঘাঁ সতেজ আৰু তেজ পাতল হোৱাৰ বাবে ঘাঁৰ পৰা তেজ ওলোৱাৰ সম্ভাৱনা থাকে ।

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ।

3 thoughts on “সাৱধান নহৰু খালে এই ব্যক্তিসকলৰ শৰীৰত ভিতৰৰ পৰা যথেষ্ট ক্ষতি হ’ব !”

Leave a Comment