কথা কথাই খং কৰে নেকি আপোনাৰ স্ত্রী ? সহজে নিয়ন্ত্রণ কৰাৰ উপায় জানক ! Top 4 Best Tricks To Control Your Wife

WhatsApp Follow

( Top 4 Best Tricks To Control Your Wife ) প্রত্যেকজন মানুহৰ সম্পর্ক সমূহত যেনেদৰে ভালপোৱা আৰু মধূৰ মুহূর্ত সমূহ থাকে, ঠিক তেনেদৰে কাজিয়া পেছাল আৰু বুজাবুজি থাকে ! কোৱা হয় যে এই সমূহ সংমশ্রণ বোৰে হৈছে সংসাৰ । স্বামী স্ত্রীৰৰ মাজত হাঁহি ধেমালি কাজিয়া এই সমূহ থাকিবই, কিন্তু এটা কথা মনত ৰখা উচিত মনো – মালিন্য এনে অৱস্থালৈ যাতে নাযায় যাৰ ফলত সম্পর্ক ফাট মেলিবলৈ আৰাম্ভ কৰে । যিয়ে নহওঁক আমি আলোচনা কৰিম আপোনাৰ স্ত্রী যদি কথা কথাই খং কৰে তেনেহলে আপুনি তাক কেনেদৰে অতি সহজে নিয়ন্ত্রণ কৰি ? জানিবৈ সম্পূর্ণ পঢ়িব –

১/ কিছুমান সময়ত দেখা যায় স্ত্রী খঙত আছে, আৰু তাৰ লগতে তাইৰ স্বামীয়েও তাৰ স্ত্রীৰৰ লগত খং কৰি আছে । সেয়া ঠিক নহয় আপোনাৰ স্ত্রী যেতিয়া খং কৰিব তেতিয়া আপুনি সান্ত থাকক তেতিয়াহে আপোনাৰ স্ত্রীৰৰ খং কমিব ।

২/ আপোনাৰ স্ত্রী যেতিয়া খং কৰিব, তেতিয়া তাইৰ এই খং কৰাক প্রশংসা কৰক, তেতিয়া দেখিব আপোনাৰ স্ত্রী লাহে লাহে সান্ত হ’বলৈ ধৰিব । খং কৰাৰ সময়ত প্রশংসা কৰিলে যিকনো মানুহ সান্ত হ’বলৈ বাদ্য হ’ব ।

৩/ মানুহে চাৰপ্রাইচ পছন্দ কৰে, চাৰপ্রাইচ পছন্দ নকৰে এনেকুৱা মানুহ আপুনি এই পৃথিৱীত খুব কমেই পাব ! আপোনাৰ স্ত্রী যেতিয়া খং কৰে তেতিয়া তাক চাৰপ্রাইচ দিবলৈ চেষ্টা কৰক, দেখিব চাৰপ্রাইচ দিয়াৰ পিছত লাহে লাহে আপোনাৰ স্ত্রীৰ খং নাইকিয়া হৈ যাব ।

আৰু পঢ়ক-

৪/ বহু ক্ষেত্রত দেখা যায় স্ত্রী খং কৰিলে তাৰ আগত স্বামীয়ে কেতিয়াওঁ ভুল স্বীকাৰ নকৰে, বা ক্ষমা নোখোজে ! নিজৰ ভুল স্বীকাৰ কৰিব লাগিব, তেতিয়াহে আপোনাৰ সংসাৰ ঠিক থাকিব । সেই বাবে যেতিয়াই আপোনাৰ স্ত্রী খং কৰিব তেতিয়াই আপুনি তাৰ আগত ক্ষমা খুজিব, ক্ষমা খুজিলেই যে আপুনি সৰু হ’ব সেয়া ঠিক নহয় ।

1 thought on “কথা কথাই খং কৰে নেকি আপোনাৰ স্ত্রী ? সহজে নিয়ন্ত্রণ কৰাৰ উপায় জানক ! Top 4 Best Tricks To Control Your Wife”

Leave a Comment