ডাবৰ পানীৰে ছালখন উজ্জ্বল কৰক, মাত্ৰ ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব লাগে জানিব লাগিব !

মাত্ৰ ত্ৰিশ টকাৰে আপোনাৰ ছালখন এবাৰতে কাঁচৰ দৰে জিলিকি উঠিব। যদি কাঁচৰ দৰে ছালখন জিলিকি উঠিব বিচাৰে তেন্তে মাত্ৰ ত্ৰিশ টকাহে লওক। বৰ আচৰিত যেন লাগিলেও এই ত্ৰিশ টকাতো আপুনি আচৰিত ধৰণৰ ছাল পাব পাৰে। কিন্তু কেনেকৈ ? এটা ডাঙৰ কেন কিনি কেনটোত থকা পানীখিনি ফ্ৰীজত থৈ দিব। আৰু এই ফ্ৰীজত বটলত ভৰোৱা পানী দুদিন বা তিনিদিন ব্যৱহাৰ কৰিব পাৰে।

এই পানীয়ে আপোনাৰ ছালখন বহুত বেছি ধুনীয়া কৰি তুলিব। বটলত ভৰোৱা পানী ব্যৱহাৰ কৰাৰ পাঁচটা উপকাৰীতা জানি লওক –

১) ছালখন কোমল কৰক – প্ৰতি নিশা শুই উঠাৰ আগতে বা ৰাতিপুৱা সাৰ পোৱাৰ আগতে চাবোনেৰে মুখখন ধুলে আপোনাৰ ৰুক্ষ শুকান ছালখন বহুত কোমল হৈ পৰিব।

২) দাগ পৰা মুক্তি পাবলৈ – যদি আপুনি আপোনাৰ ছালখন একেবাৰে ধুনীয়া, পৰিষ্কাৰ আৰু চিকচিকিয়া হোৱাটো বিচাৰে, যিকোনো ধৰণৰ ক’লা দাগ সহজে আঁতৰি যাব, তেতিয়া আপুনি প্ৰতিদিনে ঘৰতে বনোৱা ফেচ পেকত এচামুচ নেমুৰ পানী মিহলাই ল’ব লাগিব। আৰু আপুনি দেখিব যে আপোনাৰ ছালখন সম্পূৰ্ণ দাগমুক্ত।

৩) অকাল বয়স বৃদ্ধি প্ৰতিৰোধ কৰাত সহায় কৰে – যদি ডাব পানী নিয়মিতভাৱে মুখত লগাব পাৰি তেন্তে আপোনাৰ ছালখন সহজে বয়সীয়াল নহ’ব।


আৰু পঢ়ক
>> ই ৬টা কাৰণেই ছাল ক’লা হয় !
>> ৩টা খাদ্য, ৰাতি অনিদ্ৰাৰ কাৰণ হ’ব পাৰে !


৪) ছালত ফোহা কমায় – যদি আপুনি প্ৰতিদিনে ছালত সামান্য পৰিমাণে পানী লগাব পাৰে, তেন্তে ছালত থকা ৰঙা দাগ, পোৰা আদি সহজে কমি যাব।

৫) ব্ৰণ কমোৱাতো সহায় কৰে – যিসকল লোকৰ ছালৰ তেলীয়া সমস্যা থাকে, তেওঁলোকে প্ৰতিদিনে অলপ পৰিমাণে এই পানী লগাওক, এই পানী প্ৰয়োগ কৰাৰ পিছত ব্ৰণৰ সমস্যা বহু পৰিমাণে কমি যাব।

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ।

CopyAMP code

1 thought on “ডাবৰ পানীৰে ছালখন উজ্জ্বল কৰক, মাত্ৰ ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব লাগে জানিব লাগিব !”

Leave a Comment